ভৰলীপৰীয়া কন্যকা বহুমুখী পামত কণ কণ শিশুসকলৰ দ্বাৰা পৰিৱেশন হ’বলগীয়া নাটৰ গায়ন-বায়ন আৰু সূত্ৰধাৰীৰ আখৰা।
ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ প্রতিষ্ঠা দিৱস উদযাপন উপলক্ষে কন্যকাৰ বিনম্ৰ প্ৰয়াস, অকণিসকলৰ দ্বাৰা অভিনীত “সীতা হৰণ বালীবধ” ভাওনা।